ভাৰতৰ বিৰুদ্ধে পাকৰ শিশুসুলভ অপপ্ৰচাৰ
ইছলামাবাদঃ UNESCOৰ ৪০সংখ্য়ক সাধাৰণ সন্মিলনত পাকিস্তানৰ বিৰুদ্ধে ক্ষুৰধাৰ সমালোচনা ভাৰতীয় প্ৰতিনিধিৰ। ৩৭০ অনুচ্ছেদৰ বিলুপ্তি, অযোধ্যাৰ ভূমি-বিবাদ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কৰা ঐতিহাসিক ৰায়দানৰ ঘটনাক লৈ পাকিস্তানে শিশুসুলভ অপপ্ৰচাৰ চলাই থকা…