প্রতিটো দিনেই নতুন দিন
নতুন বছৰৰ প্রথমটো দিন, এটা নতুন দিন, ইয়াক উদ্যাপন কৰিব লাগে– বহু দিনৰ পৰা চলি অহা এইবোৰ ধাৰণা এতিয়া আৰু সলনি কৰাৰ সময় আহি উপস্থিত হৈছে৷ নতুন দিনৰ উদ্যাপনটো বিভিন্ন ধৰণে কামত অহা, উদ্দীপনামূলক আৰু সংকল্প গ্রহণৰ সময়…