সমুদ্রলৈ নিৰাপদ আশ্রয় বিচাৰি পলায়ন অষ্ট্রেলিয়ানৰ
নিয়মীয়া বাৰ্তা, ১ জানুবাৰীঃ ভয়াৱহ বনজুইৰ কবলত পৰা অষ্ট্রেলিয়াৰ হাজাৰ হাজাৰ লোকে নিৰাপদ আশ্রয়ৰ বাবে পলায়ন কৰিছে সমুদ্রৰ জলৰাশিলৈ ভিক্টোৰিয়াৰ উপকূলীয় চহৰ মাল্লাকুটাত সংঘটিত হৈছে এই ঘটনা৷ চহৰখনত বনজুয়ে অধিকসংখ্যক বাসগৃহ ধ্বংস কৰাৰ পাছতে…