বছৰৰ অন্তিমটো দেওবাৰে পর্যটন ক্ষেত্রসমূহত সেৰেঙা পৰিৱেশ
নিয়মীয়া বার্তা, ৩০ ডিচেম্বৰঃ ২০১৯ বর্ষৰ অন্তিমটো দেওবাৰে ভবা মতে দর্শনার্থীৰ আগমন নঘটিল মহানগৰীৰ পর্যটন ক্ষেত্রসমূহলৈ ৷ বিশেষকৈ খানাপাৰাস্থিত আঞ্চলিক বিজ্ঞান কেন্দ্র, পাঞ্জাবাৰীস্থিত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র, অসম ৰাজ্যিক চিৰিয়াখানা আৰু…