পাৰভেজ মুছাৰফক মৃত্যুদণ্ডৰ ৰায়দান
নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফক মৃত্যুদণ্ডৰ ৰায়দান। ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত এই ৰায়দান লাহোৰ হাইক'ৰ্টৰ ৩জনীয়া বিশেষ বিচাৰপীঠৰ। ২০০৭চনৰ ৩ নবেম্বৰত দেশত জৰুৰী অৱস্থা ঘোষণা কৰাৰ অপৰাধত মুছাৰফৰ বিৰুদ্ধে…