প্ৰেমিকাৰ মৃত্যু যন্ত্ৰণা সহিব নোৱাৰি প্ৰেমিকৰ আত্মহত্যা
নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰীঃ এক হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে নগাঁৱৰ চাপানালাত। ২৩ জানুৱাৰীত আত্মহত্যা কৰা প্ৰেমিকাৰ মৃত্যু যন্ত্ৰণা সহিব নোৱাৰি আত্মহত্যা কৰিলে প্ৰেমিকে। ঘটনা অনুসৰি গীতা বৰদলৈ নামৰ এগৰাকী যুৱতীৰ সৈতে ধনঞ্জয় চৌধুৰী নামৰ…