নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

ASSAM POLICE

কিয় ক্ষুদ্র পাচলি ব্যৱসায়ী সনাতন ডেকাক মৰিয়াই মৰিয়াই হত্যা কৰিলে ৪ পাষণ্ডই

নিয়মীয়া বাৰ্তা, ২৫ মেঃ এটা হত্যাকাণ্ডক লৈ তুলপাৰ লাগিছে সমগ্ৰ ৰাজ্য । কিয়নো চাৰি উদণ্ড যুৱকৰ জিঘাংসাৰ বলি হ’ল এজন সাধাৰণ পাচলি ব্যৱসায়ী৷ সামান্য কথাতে হোৱা তর্কাতর্কি পাছত ৰাজপথৰ ওপৰতে চাৰি যুৱকে সংঘবদ্ধ হৈ মৰিয়াই মৰিয়াই মুমুর্ষু কৰিলে…

কেনে আছে ডেইজী ? ‘নিয়মীয়া বার্তা’ৰে হোৱা টেলিফোনিক বার্তালাপত ক’লে স্বাস্থ্যৰ পৰা কোৱাৰেণ্টাইন…

নিয়মীয়া বাৰ্তা, ২১ মেঃ মুম্বাইৰ হিন্দুজা হাস্পতালত কর্মৰত অৱস্থাতে গুৱাহাটীৰ চানমাৰিৰ ডেইজী শইকীয়া নামৰ যুৱতীগৰাকী মাৰাত্মক ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পিছত সঠিক চিকিৎসা লাভ নকৰা খবৰে জোকাৰি গৈছিল অসমবাসীকো৷ মুম্বাইৰ এটা কোৱাৰেণ্টাইন চেণ্টাৰত…

পত্নী, পুত্ৰ, মোমায়েকক গুলীয়াই হত্যা কৰা সঞ্জয় দাস অৱশেষত আৰক্ষীৰ গুলীত নিহত

নিয়মীয়া বাৰ্তা, ১৯ মে’:  শীতল মস্তিষ্কৰে নিজৰ পত্নী, পুত্ৰ, মোমায়েকক গুলীয়াই হত্যা কৰা সঞ্জয় দাস অৱশেষত আৰক্ষীৰ গুলীত নিহত হয়। তিনিঘন্টাযোৰা গুলীয়াগুলিৰ অন্তত আৰক্ষীৰ গুলীত ধয়াশাৰী হয় এচ এচ বিৰ প্ৰাক্তন জোৱান সঞ্জয় দাস। ডিব্ৰুগড়ৰ আৰক্ষী…

ভয়ংকৰ হত্যাকাণ্ডই কঁপাই তুলিছে ৰাজ্যঃ কেনেদৰে পত্নী–পুত্র–মোমায়েক গুলীয়াই হত্যা কৰিছিল প্রাক্তন…

নিয়মীয়া বাৰ্তা, ১৯ মে’:  এক লোমহর্ষক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনাই কঁপাই তুলিছে সমগ্র ৰাজ্য৷ ডিব্রুগড়ৰ শুকানপুখুৰী আৰু বগীপুলত (কুমাৰনিছিগাৰ সমীপত) সোমবাৰে পুৱা প্রায় ১১ বজাত শূন্য দূৰত্বৰ পৰা গুলীয়াই তিনিজন লোকক হত্যা কৰি এছএছবিৰ প্রাক্তন জোৱান…

৫৪ দিনৰ পিছত ঘূৰি আহিল স্বাভাৱিক জনজীৱনঃ খোল খালে বজাৰ, দোকান–পোহাৰ

নিয়মীয়া বাৰ্তা, ১৯ মে’:  মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ লক্ষ্যৰে পুনৰ ৩১ মে’লৈ বৃদ্ধি কৰা হৈছে লকডাউন৷ পূর্বৰ লকডাউনসমূহৰ তুলনাত দেওবাৰৰ পৰা আৰম্ভ হোৱা চতুর্থ পর্যায়ৰ লকডাউনত শিথিল কৰা হৈছে কেতবোৰ নীতি–নিয়ম৷ ইয়াৰ পৰিপ্রেক্ষিতত…

একাংশ সংবাদ মাধ্যমক স্বাস্থ্যমন্ত্রীৰ আহ্বানঃ কৰযোৰে কৈছোঁ চিকিৎসক–নার্ছৰ মনোবল হ্রাস কৰা কাম নকৰিব

নিয়মীয়া বাৰ্তা, ১৮ মেঃ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ লগতে ৰাজ্যৰ স্বাস্থ্য বিভাগে অহর্নিশে ক’ৰোনাৰ বিৰুদ্ধে অবিৰত যুদ্ধ চলাই থকাৰ সময়তে একাংশ প্রচাৰ মাধ্যমে চিকিৎসক–নার্ছৰ ভূমিকাক লৈ প্রশ্ন উত্থাপন, সমালোচনা কৰা কার্যত গভীৰ উদ্বেগ…

চতুর্থ পর্যায়ৰ লকডাউনঃ ১০০ শতাংশই খোলা থাকিব দোকান ব্যৱসায়িক প্রতিষ্ঠান

নিয়মীয়া বাৰ্তা, ১৮ মেঃ  কেন্দ্রীয় চৰকাৰে ৩১ মে’লৈ লকডাউন বৃদ্ধি কৰি নতুন নিয়মাৱলী প্রকাশ কৰাৰ পিছতে অসমৰ ক্ষেত্রতো কেতবোৰ নতুন নীতি–নির্দেশনা জাৰি কৰা হৈছে৷ দেওবাৰে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ আৰু আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি…

৩ দিন বন্ধ ব্যৱসায়িক প্রাণকেন্দ্রস্বৰূপ ফাঁচীবজাৰঃ অসমত আলু–পিঁয়াজৰ নাটনিৰ আশংকা

নিয়মীয়া বাৰ্তা, ১৭ মেঃ উত্তৰ–পূর্বাঞ্চলৰ ব্যৱসায়িক প্রাণকেন্দ্রস্বৰূপ ফাঁচীবজাৰত এতিয়া মাৰাত্মক ক’ৰোনা ভাইৰাছৰ আতংক৷ বিশ্বত সংহাৰ সৃষ্টি কৰা ক’ভিড–১৯ৰ সংক্রমণে ভীতিগ্রস্ত কৰি তুলিছে ফাঁচীবজাৰৰ ব্যৱসায়ী মহলক৷ ইয়াৰ পৰিপ্রেক্ষিতত কামৰূপ…

নিজামুদ্দিনৰ পৰা উভতিবলৈ সাজু ৩৮ জন জামাতী

নিয়মীয়া বার্তা, ১৭ মেঃ সমগ্র দেশতে ক’ৰোনা ভাইৰাছৰ সংক্রমণ ঘটোৱা দিল্লীৰ নিজামুদ্দিন তবলিগী জামাতৰ পৰা কোৱাৰেণ্টাইনত থকা ৩৯জন লোক অসমলৈ উভতি আহিবলৈ সাজু হৈছে৷ অসমৰ হাইলাকান্দি, মৰিগাঁও, নগাঁও জিলাৰ এই লোককেইজনৰ বিষয়ে ইতিমধ্যে দক্ষিণ দিল্লীৰ…

ফাঁচী বজাৰৰ ৭ দিনৰ মোবাইল ট্ৰেক ৰেকৰ্ড উলিওৱা হ’বঃ ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বার্তা, ১৪ মে’ :  ভয়ংকৰ সময়ৰ এয়াই নেকি আৰম্ভণি ! ৰাজ্যত ক'ৰোনা ভাইৰাছে ভয়াৱহ ৰূপ ল'ব বুলি আশংকা কৰি থকাৰ সময়তে বুধবাৰে এদিনতে মহানগৰীত চিনাক্ত হ'ল ১৫ জন ক'ভিড-১৯ আক্ৰান্ত । বুধবাৰে গুৱাহাটী মহানগৰীৰ ১৫ জনকৈ লোকৰ ক'ভিড-১৯ পজিটিভ…