নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

DR. HIMANTA BISWA SARMA

অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৩২ লৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ১৫ এপ্ৰিলঃ  শেহতীয়াকৈ অসমত মঙলবাৰে নিশা পুনৰ ধুবুৰীৰ এগৰাকী মহিলা কোভিড-১৯ ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ এই মহিলা গৰাকী নিজামুদ্দিন মাৰ্কাজ আৰু গুৱাহাটীৰ আঠগাঁৱৰ কৱৰস্থান মছজিদৰ সমাৱেশত অংশ লৈ ইতিমধ্যে কোভিড-১৯ত…

ক’ৰোনা সন্দৰ্ভত আজি মুখ্যমন্ত্ৰীৰ সৰ্বদলীয় বৈঠক

নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিলঃ ক'ৰোনা সন্দৰ্ভত আজি অনুষ্ঠিত হ'ব মুখ্যমন্ত্ৰীৰ সৰ্বদলীয় বৈঠক । এই বৈঠকত সকলো দলকে উপস্থিত থাকিবলৈ আহ্বান জনোৱা হৈছে । দিনৰ ১১ বজাত অনুষ্ঠিত হ'বলগীয়া এই বৈঠকখন খানাপাৰা প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব…

PPE কীট সন্দৰ্ভত ৰিপুণ বৰাৰ বিবৃতিক খণ্ডন স্বাস্থ্যমন্ত্ৰী ড০ শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিলঃ কিছুদিন পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই অসমত বৰ্তমান পি পি ই কীট পৰ্যাপ্ত পৰিমানে নথকাৰ কথা প্ৰকাশ কৰিছিল । তাৰ পাছতে শুকুৰবাৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে এই কথাৰ…

অসমৰ প্ৰথমটো ক’ৰোনা ভাইৰাছৰ HOTSPOT আঠগাঁও কবৰস্থান মছজিদ

নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিলঃ অসমৰ প্ৰথমটো ক'ৰোনা ভাইৰাছৰ HOTSPOT চিনাক্ত কৰা হ'ল । আঠগাঁও কবৰস্থান মছজিদক স্বাস্থ্যবিভাগৰ পৰা অসমৰ প্ৰথমটো ক'ৰোনা ভাইৰাছৰ HOTSPOT বুলি চিনাক্ত কৰা হয় । তাৰ পাছতে ছীল কৰা হয় আঠগাঁও কবৰস্থান মছজিদটো । ১২…

অসমত প্ৰথমজন ক’ৰোনা ৰোগীৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিলঃ কভিড-১৯ ত আক্ৰান্ত হোৱা অসমৰ প্ৰথমজন ৰোগীৰ মৃত্যু । শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু ঘটিছে ক'ৰোনাত আক্ৰান্ত ৬৫ বছৰীয়া হাইলাকান্দিৰ ফইজুল হক বৰভূঞাৰ । পুৱতী নিশা ২ বজাত মৃত্যু ঘটিছে লোকজনৰ । এই কথা প্ৰকাশ…

অসম আৰোগ্য নিধিলৈ ১০,৫৯৫ গৰাকী লোকে আগবঢ়ালে ২৪.৬৩ কোটি টকা

নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিলঃ সমগ্ৰ বিশ্বত ক'ৰোনা ভাইৰাছে কলৰূপ ধাৰণ কৰাৰ সময়তে ৰাজ্য চৰকাৰে অসমত পাঁচখন নতুনকৈ চিকিৎসালয় নিৰ্মাণৰ আঁচনি যুগুত কৰিছে । এইক্ষেত্ৰত একাংশ হৃদয়বান লোক, অনুষ্ঠান-প্ৰতিষ্ঠান তথা সাংসদ, মন্ত্ৰী, বিধায়কসকলে সহায়ৰ হাত…

অসমত ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ২৭ গৰাকীলৈ বৃদ্ধি পালে

নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিলঃ মঙলবাৰে অসমত পুণৰ ধুবুৰীৰ এগৰাকী লোকৰ দেহত কোভিড-১৯ ত আক্ৰান্ত হোৱা বুলি ধৰা পৰিছে ৷ ইয়াৰ ফলত ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা ২৭ গৰাকীলৈ বৃদ্ধি পালে ৷ উল্লেখ্য যে আক্ৰান্ত এই গৰাকী ব্যক্তিও নিজামুদ্দিন মাৰ্কাজত তবলিগী…

স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল, কি কি ক’লে শুনক-

ক'ৰোনা সন্দৰ্ভত NHM কাৰ্যালয়ত সংবাদমেল সম্বোধন স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দেওবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনোৱাৰ বাবে সকলোকে ধন্যবাদ জনালে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই  আজি…

ভাৰতত ৪২৮৯ জনলৈ বৃদ্ধি পালে ক’ৰোনা আক্ৰান্তৰ সংখ্যা

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ ভাৰতত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা। সোমবাৰে পুৱা এইপৰ্যন্ত এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ১১৮ জনকৈ লোকৰ। আনহাতে মুঠ আক্ৰান্ত হৈছে ৪,২৮৯ জন লোক। আক্ৰান্তসকলৰ ভিতৰত সুস্থ হৈ উঠিছে ৩২৮…

ক’ভিড-১৯ ত আক্ৰান্ত ৰোগীৰ স্বাস্থ্যৰ বুজ ল’বলৈ গোৱালপাৰাত উপস্থিত ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ ৰাজ্যত ক'ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ স্বাস্থ্য বিভাগে দৈনিক তৎপৰতা অব্যাহত ৰাখিছে। তাৰ মাজতে আজি গোৱালপাৰাত উপস্থিত স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । আজি পুৱা গোৱালপাৰাত উপস্থিত হৈ গোৱালপাৰা অসামৰিক…