নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

DR. HIMANTA BISWA SARMA

দিল্লীৰ মাৰ্কাজ ভ্ৰমণ কৰা লোকসকলৰ তালিকা দিবলৈ গুৱাহাটীৰ জামাতৰ মুখ্যকাৰ্যালয়ক নিৰ্দেশ

নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ ভাৰতত ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ভয়ংকৰ ৰূপত বৃদ্ধিৰ অন্যতম প্ৰধান কাৰণ হৈ পৰিল দিল্লীৰ নিজামুদ্দিনত অনুষ্ঠিত তবলিগী জামাতীৰ ধৰ্মানুষ্ঠান । এই অনুষ্ঠানত অংশ লোৱা সহস্ৰাধিক লোকৰ পৰাই দেশৰ বিভিন্ন ৰাজ্যলৈ ক’ৰোনা ভাইৰাছ…

অসমত পুনৰ নতুনকৈ ১ জনৰ দেহত COVID-19 পজিটিভঃ আক্ৰান্তৰ সংখ্যা মুঠ ২৬ জনলৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ শনিবাৰে নিশা পুনৰ ৰাজ্যত নতুনকৈ ১ জনৰ দেহত COVID-19 পজিটিভ পোৱা গৈছে । যাৰ পাছতে ৰাজ্যত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ২৬ জনলৈ বৃদ্ধি পাইছে । ইপিনে নতুনকৈ আক্ৰান্ত লোকজন দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ পৰা অহা বুলি জানিব…

ৰাজ্যৰ সকলো জিলাৰ স্বাস্থ্য বিষয়াসকলৰ সৈতে বাৰ্তালাপ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ শনিবাৰে নিশা ৰাজ্যৰ সকলো জিলাৰ স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে ভিডিঅ' কনফাৰেঞ্চিং যোগে বাৰ্তালাপত মিলিত হয় স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । উল্লেখ্য যে সতীৰ্থ মন্ত্ৰী শ্ৰী পীযুষ হাজৰিকা, অতিৰিক্ত আৰক্ষী…

১৪ দিনৰ বাবে ছীল স্পেনিছ গাৰ্ডেন; মুঠ ১১১ জন ব্যক্তিক কোৱাৰেণ্টাইন

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা তথ্য অনুসৰি মহানগৰীৰ স্পেনিছ গাৰ্ডেনৰ মনীষ তিব্ৰেৱাল, নিজামুদ্দিন মাৰ্কাজৰ ধৰ্মীয় অনুষ্ঠানত অংশ নোলোৱাকৈয়ে ক'ৰোনাত আক্ৰান্ত হৈছে । যাৰ পাছতে ১৪ দিনৰ বাবে ছীল কৰা…

যোৱা ১০ দিনত ৰাজ্যত কিমানটা লকডাউন অমান্যৰ ঘটনা ? আৰক্ষীয়ে কিমান সংগ্ৰহ কৰিলে জৰিমনা ?

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ ক'ৰোনা মহামাৰী সৃষ্টি কৰিব পৰা সম্ভাৱ্য পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি দেশত ঘোষণা কৰা লকডাউনৰ সময়ত সংঘটিত হৈছে ছয় শতাধিক লকডাউন অমান্যৰ ঘটনা । যোৱা ২৪ মাৰ্চৰ পৰা আজিলৈকে মুঠ ৬৮৫ টা লকডাউন অমান্যৰ ঘটনা সংঘটিত হৈছে ।…

ছেনিটাইজ কৰা হ’ল মহানগৰীৰ স্পেনিছ গাৰ্ডেন এপাৰ্টমেণ্ট

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ শুকুৰবাৰে নিশা মহানগৰীৰ অভিজাত ফ্লেট স্পেনিছ গাৰ্ডেনৰ মনীষ তিব্ৰেৱাল নামৰ লোকজন ক'ৰোনাত আক্ৰান্ত হোৱাৰ পাছতে শনিবাৰে পুৱাৰ ভাগত প্ৰশাসনৰ ফালৰ পৰা ছেনিটাইজ কৰা হয় মহানগৰীৰ স্পেনিছ গাৰ্ডেন এপাৰ্টমেণ্ট ।…

১৭ মাৰ্চৰ পৰা ‘হোম কোৱাৰেণ্টাইন’ত আছিল মহানগৰীৰ স্পেনিছ গাৰ্দেনৰ আক্ৰান্ত লোকজন

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ যোৱা ২ দিন ধৰি অসমত ভাৰতৰ আন ৰাজ্যতকৈ দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে ক'ৰোনাত আক্ৰান্তৰ সংখ্যা । অসমত ক'ৰোনাত আক্ৰান্তৰ সংখ্যা শনিবাৰৰ পুৱালৈকে ২৫ জনলৈ বৃদ্ধি পাইছে । শুকুৰবাৰে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই…

অসমৰ এজন আক্ৰান্তৰ এটা ভাইৰেল WhatsApp ষ্টেটাছঃ আদৰ্শ লওক সকলো আক্ৰান্তই

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ  নিজামুদ্দিন কাণ্ডই দেশত ভয়ংকৰ হাৰত বিয়পাইছে প্ৰাণঘাতী ন'ভেল ক'ৰোনা ভাইৰাছ । কিন্তু নিজামুদ্দিন মাৰ্কাজলৈ নোযোৱাকৈয়ে অসমত এজন ৰোগী আক্ৰান্ত হৈছে এই মাৰাত্মক ভাইৰাছত । পিচে অসমত শুকুৰবাৰে নিশা আক্ৰান্ত লোকজনে…

নিশা সোণাপুৰ চিভিল হাস্পতালত উপস্থিত স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ ক’ভিড-১৯ আক্ৰান্ত ৩ জনকৈ লোকৰ স্বাস্থ্যৰ বুজ ল’বলৈ শনিবাৰে সোণাপুৰ চিভিল হাস্পতালত উপস্থিত হ’ল স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । ইপিনে এই ক’ভিড-১৯ আক্ৰান্ত ৰোগীকেইজনৰ স্বাস্থ্য পৰীক্ষাৰ লগতে সন্দেহযুক্ত…

অসমত পুনৰ নতুনকৈ ১ জনৰ দেহত COVID-19 পজিটিভঃ আক্ৰান্তৰ সংখ্যা মুঠ ২৪ জনলৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ শুকুৰবাৰে নিশা পুনৰ ৰাজ্যত নতুনকৈ ১ জনৰ দেহত COVID-19 পজিটিভ পোৱা যায় । যাৰ পাছতে ৰাজ্যত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ২৪ জনলৈ বৃদ্ধি পাইছে । ইপিনে নতুনকৈ আক্ৰান্ত লোকজন দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ পৰা অহা বুলি…