নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

DR. HIMANTA BISWA SARMA

দেশজুৰি এনআৰচি নহ’লে ৰাজ্য চৰকাৰে ছুপ্ৰিম ক’ৰ্টত বিচাৰিব বৰ্তমানৰ এনআৰচিৰ সংশোধন

নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰঃ দেশজুৰি এন আৰ চি নহ'লে ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ত বৰ্তমানৰ এনআৰচিখনৰ সংশোধন বিচাৰিব ।- এই মন্তব্য ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্টানী বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ । সোমবাৰে জনতা ভৱনত অনুষ্ঠিত এক…

নলবাৰীত আজি মহাসমৰঃ ‘কা’ৰ সমৰ্থনত মৌন সমদল-বিৰোধিতাৰে ‘বজ্রনিনাদ’

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনখন বাতিলৰ দাবীত ৰাজ্যৰ সর্বত্র বিক্ষোভ–প্রতিবাদ অব্যাহত থকাৰ মাজতে আজি নলবাৰীত দেখা গৈছে দুই বিপৰীত ছবি ৷ এফালে ‘কা’ৰ বিৰুদ্ধে প্রতিবাদী জনতা আৰু আনফালে ‘কা’ৰ সপক্ষে থকা ৰজাঘৰীয়াৰ কার্যসূচী…

আজি ৰাজ্যিক কৰ্মচাৰীৰ কৰ্মবিৰতি; কৰ্তন নহয় দৰমহা

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বুধবাৰে ৰাজ্যিক কৰ্মচাৰীসকলে কৰ্মবিৰতিৰ কাৰ্যসূচী গ্ৰহণ কৰিছে । অৱশ্যে কৰ্মবিৰতিত অংশগ্ৰহণ কৰা কৰ্মচাৰীসকলৰ দৰমহা কৰ্তন নকৰে চৰকাৰে । আজিৰ দিনটোত কর্তব্যত উপস্থিত নথকা…

আজিৰে পৰা সান্ধ্য আইন সম্পূর্ণৰূপে প্রত্যাহাৰ

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ মঙলবাৰৰ পৰা সমগ্র ৰাজ্যত সান্ধ্য আইন সম্পূর্ণৰূপে প্রত্যাহাৰ কৰা হ’ব ৷ দিনৰ ভাগৰ লগতে নিশাৰ ভাগতো আজিৰে পৰা সান্ধ্য আইন প্রযোজ্য নহয় ৷ আনহাতে, কাইলৈৰ পৰাই ব্রডবেণ্ড ইণ্টাৰনেট সেৱাও পুনৰ আৰম্ভ কৰা হ’ব ৷ সোমবাৰে…

সাম্প্ৰতিক পৰিস্থিতিক লৈ শীঘ্রে প্রধানমন্ত্রী–গৃহমন্ত্ৰীক সাক্ষাৎ কৰিব বিজেপিৰ মন্ত্ৰী-সাংসদ-বিধায়কৰ…

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ শনিবাৰে ব্রহ্মপুত্র ৰাজ্যিক অতিথিশালাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজেপিৰ মন্ত্ৰী-সাংসদ-বিধায়কসকলৰ সৈতে এক বৈঠকত মিলিত হয় । বিশেষকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত পৰিণত হোৱাৰ পিছত উদ্ভৱ হোৱা পৰিস্থিতিক লৈ …

অচিৰেই মিচন চাৰিআলিত নিৰ্মাণ হ’ব উৰণীয়া সেঁতু !

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ তেজপুৰবাসীৰ লগতে মিচন চাৰিআলিৰে দৈনিক যাতায়ত কৰা লোকসকলৰ বাবে সুখবৰ । কাৰণ অচিৰেই মিচন চাৰিআলিত নিৰ্মাণ হ'ব এখন উৰণীয়া সেঁতু । এইকথা প্ৰকাশ কৰিছে ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্টানী বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত…

বিশ্বনাথ ঘাটত নিৰ্মাণ হ’ব ৰোপ ৱে’

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ দেওবাৰে ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্টানী বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশ্বনাথ ঘাটত উপস্থিত হৈ বিশ্বনাথ ঘাটৰ পৰা ব্ৰহ্মপুত্ৰ আৰু বুঢ়ীগাং নৈৰ সংগমস্থলীৰ উমাটুমুনি নদীদ্বীপলৈকে নিৰ্মাণ হ'বলগীয়া ৰোপ…

পৰ্যটনস্থলী কৰা হ’ব গহপুৰৰ কল্যাণী দেৱালয়ক

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ "যোৱা লোকসভা নিৰ্বাচনৰ পূৰ্বে গহপুৰবাসীক আমি আশ্বাস দিছিলোঁ যে কল্যাণী দেৱালয়ক পৰ্যটকস্থলীৰূপে প্ৰতিস্থা কৰা হ'ব । আজি আমি এই ঐতিহগাসিক দিনত উপনীত হৈছোঁ । অসম দৰ্পন আঁচনিৰ জৰিয়তে কল্যাণী দেৱালয়ৰ আন্তঃগাথনিৰ লগতে…

কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ প্ৰথমখন কৰ্কট হাস্পতাল হ’ব ডিফু অসামৰিক চিকিৎসালয়

নিয়মীয়া বাৰ্তা,১৬ নৱেম্বৰঃ অসমৰ সপ্তমখন চিকিৎসা মহাবিদ্যালয় ৰূপে ৰাজ্যৰ স্বাস্থ্যখণ্ডত অহা বৰ্ষত সংযোজন ঘটিব ডিফু চিকিৎসা মহাবিদ্যালয়ৰ । কাৰ্বি আংলং জিলাৰ ডিফুত ইতিমধ্যে চিকিৎসা মহাবিদ্যালয়খনৰ ৮০ শতাংশ কাম সম্পূৰ্ণ হৈছে । অহা ২৫ নৱেম্বৰত…

বাইহাটা চাৰিআলিৰ ৰাসোৎসৱত মন্ত্ৰী ড০ শৰ্মা

গুৱাহাটী ১৫ নৱেম্বৰঃ বৃহস্পতিবাৰে সন্ধিয়া মদন কামদেৱ আৰু বাইহাটা চাৰিআলি কেন্দ্ৰীয় ৰাস মহোৎসৱত উপস্থিত হয় কেন্দ্ৰীয় বিত্ত স্বাস্থ্য আৰু গড়কাপ্টানী মন্ত্ৰী তথা স্থানীয় বিধায়ক ড০ হিমন্ত বিশ্ব শৰ্মা। ড০ শৰ্মা উপস্থিত হৈ সকলোকে ৰাসৰ শুভেচ্ছা…