হোটেলত বন্দী বিতাড়ন কৰিবলগীয়া ভাৰতীয়ৰ আর্তনাদ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ ফেব্ৰুৱাৰীঃ হাতকেৰেয়া আৰু ভৰিত শিকলি বান্ধি অবৈধ ভাৰতীয় প্রব্রজনকাৰীক মার্কিন প্রশাসনে বিতাড়ন কৰা ভিডিঅ’ই চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে এইবাৰ পানামা হোটেলত বন্দী বিতাড়ন কৰিবলগীয়া ভাৰতীয়ৰ আর্তনাদে আলোড়ন তুলিছে৷…