কলিয়াবৰত বান সাহায্যৰ নামত প্ৰৱঞ্চনা বন্যাৰ্তকঃ ফাইলতে আবদ্ধ তদন্ত প্ৰক্ৰিয়া
নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰঃ চৰকাৰী মেৰপেঁচত বন্দী হৈ বান সাহায্যৰ ধনো নাপালে নগাঁও জিলাৰ কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো ৰাজহ গাঁৱৰ ৪,৯৪৮ গৰাকী বন্যাৰ্তই । বিগত ২০১৮ বৰ্ষৰ আগষ্ট মাহতেই এই বন্যাৰ্ত লোকসকলৰ মাজত বান সাহায্যৰ ধন অনুমোদনৰ…