নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

indian army

বৰফত পিছলি পাকিস্তানৰ সীমাত পৰিলগৈ ভাৰতীয় জোৱান

নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ প্ৰৱল তুষাৰপাতে চানি ধৰিছে জম্মু-কাশ্মীৰ । তীব্র তুষাৰপাতৰ বাবে ব্যাহত হৈ পৰিছে সাধাৰণ জীৱনযাত্রাও ৷ কিন্তু ইয়াৰ মাজতে আহিছে এক দুঃসংবাদ । জম্মু-কাশ্মীৰৰ বৰফত পিছলি এজন ভাৰতীয় সেনাবাহিনীৰ জোৱান পাক অধিকৃত…

ভাৰতীয় সেনাৰ মুৰব্বী হিচাপে দায়িত্ব ল’লে জেনেৰেল মনোজ মুকুন্দ নৰৱানেই

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ দেশৰ পৰৱৰ্তী সেনাৰ মুৰব্বী ৰূপে আজি লেঃ জেনেৰেল মনোজ মুকুন্দ নৰৱানেই দায়িত্ব গ্ৰহণ কৰে । ইপিনে লেঃ জেনেৰেল মনোজ মুকুন্দ নৰৱানেই ভাৰতীয় সেনাৰ ২৮ সংখ্যক মুৰব্বী ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছে। উল্লেখ্য যে ভাৰতীয় সেনা…

নেপাল সীমান্তৰে ভাৰতত প্ৰৱেশ পাক সন্ত্ৰাসবাদীৰ

নিউজডেস্ক, ২৬ নৱেম্বৰঃ কটকটীয়া নিৰাপত্তা বেহুৰ মাজত কাশ্মীৰ সীমান্তৰ বিকল্প পথেৰে ভাৰতত এইবাৰ প্ৰৱেশ ঘটিছে পাক সন্ত্ৰাসবাদীৰ । জইচ-ই-মহম্মদকে ধৰি পাক সন্ত্ৰাসবাদী সংগঠনসমূহে এইবাৰ কাশ্মীৰৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিছে নেপাল সীমান্তক ।…

ছিয়াচিনত ৪ জন জোৱানসহ ২ জন নাগৰিক নিহত

নিউজডেস্ক, ১৯ নৱেম্বৰঃ ছিয়াচিন হ'ল বিশ্বৰ ভিতৰতে আটাইতকৈ উচ্চ যুদ্ধক্ষেত্ৰ । এই যুদ্ধক্ষেত্ৰত ভাৰতীয় সেনাই ১৬ ৰ পৰা ২০ হাজাৰ ফুট উচ্চতাত আন্তঃৰাষ্ট্ৰীয় সীমাৰ সুৰক্ষা প্ৰদান কৰে । কিন্তু সোমবাৰে ছিয়াচিন গ্লেছিয়েৰৰ এটা সেনাচাউনীত হিমবাহে…

ৰাজনাথ সিঙ ভাৰত চীন সীমান্ত বুমলাত উপস্থিত

নিউজ ডেস্ক ১৫ নৱেম্বৰঃ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজাথ সিঙে শুকুৰবাৰে ভাৰত চীন সীমান্ত বুমলাত উপস্থিত হয়। প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে বুমলাত ভাৰতীয় সৈনিক সকলৰ সৈতে মত বিনিময় কৰি মন্তব্য কৰে যে মই ইয়াত থকা নিয়োজিত হৈ থকা ভাৰতীয় সৈনিক সকলৰ…

পুনৰ পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন 

বুধবাৰে পুৱা জম্মু-কাশ্মীৰত পাকিস্তানৰ পুনৰ যুদ্ধবিৰতি উলংঘন ৰাজৌৰী জিলাত পাক সেনাৰ ধাৰাসাৰ গুলীবৰ্ষণ কেৰী গাঁৱত সংঘটিত এই গুলীবৰ্ষণৰ প্ৰত্যুত্তৰ দিয়ে ভাৰতীয় সেনাই বৰ্তমানলৈকে কোনো লোক হতাহত হোৱাৰ খবৰ লাভ কৰা নাই 

চিৰাঙত সেনা-আৰক্ষীৰ যৌথ অভিযানত ৩ উগ্ৰপন্থী গ্ৰেপ্তাৰ

চিৰাং, ১২ নৱেম্বৰঃ মঙলবাৰে চিৰাঙৰ ৰুণিখাটা আৰক্ষী চকীৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত সেনা, কোব্ৰা আৰু আৰক্ষীয়ে এক যুটীয়া অভিযান চলায় । এই অভিযান কালত মাৰণাস্ত্ৰসহ ৩ জনকৈ এন ডি এফ বি (সং) ৰ সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । সেনাৰ…

LOC ত ১.৩ লাখ পাক সেনা মোতায়েন

নিউজডেস্ক, ১১ নৱেম্বৰঃ জন্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত পাকিস্তানে ক্ৰমান্বয়ে বৃদ্ধি কৰি আহিছে সেনাৰ মোতায়েন । যোৱা ৫ আগষ্টত ভাৰতে ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ পাছৰে পৰা চুবুৰীয়া দেশখনে সীমান্তত যুদ্ধংদেহি অৱস্থান গ্ৰহণ কৰিছে । ইপিনে…