নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

indore

মায়ংকৰ দ্বি-শতকেৰে শক্তিশালী স্থিতি ভাৰত

নিউজ ডেস্ক ১৫ নৱেম্বৰঃ ইন্দোৰত ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হৈ থকা টেষ্ট ক্ৰিকেট মেচ খনত ভাৰতে শক্তি শালী স্থিতিত উপনীত হৈছে। দ্বিতীয় দিনৰ খেলৰ অন্তত ভাৰতে ৬ উইকেটৰ বিনিময়ত ৪৯৩ ৰাণ সংগ্ৰহ কৰিছে। আজি দিনটোত ভাৰতীয় বেটিংৰ আগত আলহী দলটোৰ…

ইন্দোৰ টেষ্টত চালকৰ আসনত ভাৰত

নিউজ ডেস্ক ১৪ নৱেম্বৰঃ ভাৰত আৰু বাংলাদেশৰ মাজত ইন্দোৰত অনুষ্ঠিত প্ৰথম খন টেষ্ট ক্ৰিকেটৰ প্ৰথমটো দিনত বাংলাদেশে আটাইকেইটা উইকেট হেৰুৱাই ১৫০ ৰাণ সংগ্ৰহ কৰিছে। দিনটোৰ অন্তলৈকে ভাৰতীয় দলটোৱে নিজৰ প্ৰথমটো উইকেট হেৰুৱাই ৮৬ ৰাণ সংগ্ৰহ কৰিছে।…