স্বাগতম ২০২০ : সংগীত শিল্পীসকলৰ পৰিকল্পনা কি ?
২০২০ ... নতুনক আদৰাৰ বাবে এতিয়া বিদায় দিব লাগিব ২০১৯ ক । মাজত মাত্ৰ কেইটামান ক্ষণ , তাৰ পাচতেই আমি ভৰি দিম ২০২০ ত । নতুন দিনবোৰক লৈ সকলোৰে থাকে পৰিকল্পনা আৰু আশা । অতীতৰ ভেটিৰে ভৱিষ্যতক শক্তিশালী কৰাৰ মানসেৰে সকলোৰে থাকে সপোন ।
অসমীয়া…