নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

NIYAMIA BARTA

গাড়ীত ভয়ংকৰ বোমা বিস্ফোৰণ : নিহত ৭

বুধবাৰে পুৱা আফগানিস্তানৰ কাবুলত ভয়ংকৰ বোমা বিস্ফোৰণ সংঘটিত হয় এখন গাড়ীত সংস্থাপিত হৈ আছিল এই বোমা বিস্ফোৰণৰ ফলত ৭ জন লোক নিহত হোৱাৰ লগতে ৭ জনৰ অৱস্থা সংকটজনক 

ৰাষ্ট্ৰীয় স্কুল গেমছলৈ গোলাঘাটৰ সাত সন্তৰণবিদ

নিয়মীয়া বাৰ্তা, ১৩ নৱেম্বৰঃ নতুন দিল্লীত ১৭-২২ নৱেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া ৬৫ সংখ্যক ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত অংশ ল'বলগীয়া অসম দলটোত গোলাঘাটৰ সাতগৰাকী সন্তৰণবিদে স্থান লাভ কৰিবলৈ সক্ষম হৈছে । সন্তৰণবিদকেইগৰাকী হ'ল - মৃগাংক গগৈ,বৰ্ণিল…

উন্মুক্ত সীমান্তত নাওসহ জব্দ ৭৩টা গৰু

দক্ষিণ শালমাৰা,১১ নৱেম্বৰঃ দক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত চৌকিচৰৰ বাংলাদেশ সীমান্তৰ লগতে সুখচৰ থানাৰ অন্তৰ্গত মহামায়া আৰু হাতীৰচৰৰ বাংলাদেশ সীমান্তৰ পৰা বি এছ এফে দুখন যন্ত্ৰচালিত নাওসহ ৭৩ টা চোৰাং গৰু জব্দ কৰে । সোমবাৰে পুৱতি নিশা প্ৰায়…

বন্ধন আতংক : আত্মহত্যা এজনৰ

নিয়মীয়া বাৰ্তা,১১ নৱেম্বৰঃ একাংশ বেংক , বিত্তীয় প্ৰতিষ্ঠান আৰু গোটে কেতবোৰ দৰিদ্ৰ লোকক ঋণ প্ৰদান কৰি সেই ঋণৰ কিস্তি আদায়ৰ নামত তেওঁলোকৰ জীৱনক লৈ হেতালি খেলা পৰিলক্ষিত হৈছে । বহুক্ষেত্ৰত ঋণৰ বোজা সহিব নোৱাৰি একাংশই আত্মহত্যাৰ পথ বাচি লোৱাৰ…