নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তাঃ ২৪ জানুৱাৰী:নগাঁও আৰক্ষীয়ে আজি নগাঁও চহৰৰ মোলাপট্ৰিৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ এটা ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰে।আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ মাফিয়াটো হ’ল জুৰীয়াৰ চাদাম হুছেইন।আৰক্ষীয়ে ড্ৰাগছ মাফিয়াটোৰ পৰা ৭২ টা কন্টেনাৰ আৰু নগদ ৯ হাজাৰ টকা জব্দ কৰিছে।জুৰীয়াৰ চাদামে নগাঁও চহৰৰ মোলাপট্ৰিৰ এটা ভাড়াঘৰৰ পৰা ড্ৰাগছৰ বেহা চলাই আহিছিল।

You might also like