নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত গণৰাজ্য দিৱসৰ দিনাই আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

নিয়মীয়া বাৰ্তা ২৭ জানুৱাৰীঃ  নগাঁৱত নিতৌ আনন্দ মিশ্ৰ বাহিনীয়ে জব্দ কৰিছে ড্ৰাগছ । মঙ্গলবাৰে বহু পৰিমাণৰ ড্ৰাগছ জব্দ হোৱাৰ পিছত বুধবাৰেও জব্দ হল ৩০ টাকৈ ড্ৰাগছ ভৰ্তি কন্তেনাৰ । নগাঁওৰ হয়বৰগাঁও থানাৰ সমীপৰ ১ নং মূলাপট্টিৰ পৰা আমিৰ ঢালি নামৰ এজন ব্যক্তিৰ ঘৰৰ পৰা জব্দ হ’ল নিষিদ্ধ ড্ৰাগছ । হয়বৰগাওঁ থানাৰ IC তৰংগ পাটোৱাৰীৰ নেতৃত্বত চলিছিল এই অভিযান ।

You might also like