নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিম নামবৰভাগ গাঁও পঞ্চায়তৰ অন্তৰ্গত বানপীড়িত অঞ্চল পৰিদৰ্শন পঞ্চায়ত সভানেত্রী ইলোৰা ডেকাৰ

নিয়মীয়া বাৰ্তা, ২১ জুনঃ বৰ্তমান সময়ত সমগ্র অসমৰ লগতে পশ্চিম নামবৰভাগ গাঁও পঞ্চায়তৰ অন্তৰ্গত ভোজকুছি, বৰপীত, বালি, শিয়ালমাৰী সমগ্র অঞ্চল জলমগ্ন হৈ আছে। এনে পৰিপ্ৰেক্ষিতত পঞ্চায়ত সভানেত্রী ইলোৰা ডেকাই সমগ্র অঞ্চল পৰিভ্ৰমণ কৰি ৰাইজৰ দুখ দুৰ্গতিৰ খবৰ কৰি দুখৰ সমভাগী হোৱাৰ লগতে, ৰাজহ চক্র বিষয়াৰ লগত যোগাযোগ কৰি তাৎক্ষণিকভাৱে দুৰ্গত লোক সকলক ৰিলিফৰ লগতে গৰু মহ, গাহৰিৰ খাদ্যৰো ব্যৱস্থা কৰে।

You might also like