নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত পৰমেশ্বৰ বসুমতাৰীক মোহন ভাইৰা স্মাৰক বঁটা প্ৰদান

নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰীঃ নলবাৰী জিলা ছাত্ৰ সন্থা আৰু জিলা উন্নতি সভাৰ উদ্যোগত আজি শ্বহীদ ভৱন বাকৰিত এক বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত বিশিষ্ট বাঁহীবাদক পৰমেশ্বৰ বসুমতাৰীক প্ৰদান কৰা হয় এই বৰ্ষৰ মোহন ভাইৰা স্মাৰক বঁটা৷ অনুষ্ঠানত বিশিষ্ট নাগৰিক, ছাত্ৰ নেতা-কৰ্মী আৰু শুভাকাংক্ষী উপস্থিত থাকে।

প্ৰেৰক শ্বাহ আলম আহমেদ

You might also like