সুস্থ হৈ জুবিনে জুতি ললে মুৰ্গী মাংসৰ
- ক্ৰমাৎ সুস্থ হৈ উঠিছে জুবিন গাৰ্গ
- সোমবাৰৰ পৰা জুবিনৰ আৰম্ভ হৈছে নৰ্মেল ডাইট
- সোমাবৰৰ নিশাৰ আহাৰত জুবিনে গ্ৰহণ কৰিলে মুৰ্গীৰ মাংস
- মংগলবাৰে পুৱা আহাৰ গ্ৰহণ কৰি পুনৰ শুলে জুবিনে
- আজি কেবিনলৈ অনা হ’ব জুবিনক
- টোপনি পৰা উঠাৰ পিছতে কেবিনলৈ স্থানান্তৰ কৰিব জুবিনক
- অতি সুন্দৰকৈ কথা বৰ্তা পাতিছে জুবিন
- কেবিনলৈ স্থানান্তৰ কৰা হ’ব যদিও পৰিয়ালৰ লোকৰ বাহিৰে কোনো সাক্ষাৎ কৰিব নোৱাৰিব
- আগন্তক তিনিদিনলৈ চিকিৎসালয়তে ৰাখিব জুবিনক