চতুৰ্থ বাৰৰ বাবে নিৰ্ভয়া কাণ্ডৰ চাৰি ধৰ্ষণকাৰীৰ ডেথ ৱাৰেণ্ট জাৰিঃ ২০ মাৰ্চত হ’ব ফাঁচী
নিয়মীয়া বাৰ্তা ৫ মাৰ্চঃ নিৰ্ভয়া কাণ্ডৰ দোষীৰ ফাঁচীৰ নতুন তাৰিখ। নতুন তাৰিখ অনুসৰি অহা ২০ মাৰ্চত পুৱা ৫.৩০ ফাঁচি দিয়া হ’ব। সেই অনুসৰি নিৰ্ভয়া কাণ্ডৰ ৪ ধৰ্ষণকাৰীক অহা ২০ মাৰ্চৰ পুৱা ৬ বজাত ফাঁচী দিয়া হ’ব ।