নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্রুগড়ত স্বাস্থ্য বিষয়াক নিলম্বন

নিয়মীয়া বার্তা, ১৬ এপ্রিলঃ কর্তব্যত গাফিলতি কৰাৰ অভিযোগত ডিব্রুগড়ৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ উদয়ন কুমাৰ বৰুৱাক বুধবাৰে চাকৰিৰ পৰা নিলম্বন কৰে স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিবে ৷

You might also like