নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘২০ এপ্ৰিলৰ পাছত এদিনৰ বাবে বিভিন্ন জিলাত আৱদ্ধ লোকসকল নিজ ঘৰলৈ যোৱাৰ অনুমতি পাব’

এই কথা ঘোষণা কৰিলে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

নিয়মীয়া বাৰ্তা, ১৭ এপ্ৰিলঃ ২০ এপ্ৰিলৰ পাছত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ ভিতৰতে যিসকল বেলেগ জিলাৰ লোক বেলেগ জিলাত আৱদ্ধ হৈ আছে তেওঁলোকক এদিনৰ বাবে এবাৰ অহা-যোৱাৰ অনুমতি দিয়াৰ চিন্তা-চৰ্চা কৰিছে চৰকাৰে। নিজৰ স্থায়ী ঠিকনালৈ যাব পাৰিব বিভিন্ন জিলাত আৱদ্ধ হৈ থকা লোকসকল। কিন্তু পুনৰ ঘূৰি আহিব নোৱাৰিব বুলি মন্তব্য বুলি মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

You might also like