নিয়মীয়া বাৰ্তা, ২৩ এপ্রিলঃ ইছলাম ধর্মাৱলম্বী ৰাজ্য চৰকাৰৰ কর্মচাৰীসকলে আগন্তুক ৰমজান মাহৰ সময়ছোৱাত কার্যালয় ছুটীৰ নির্ধাৰিত সময়তকৈ আগত অর্থাৎ আবেলি ৪.৩০ বজাত কার্যালয় এৰিব পাৰিব ৷ অৱশ্যে তেওঁলোকে চৰকাৰী কার্যালয় খোলাৰ নির্ধাৰিত সময়তকৈ আধা ঘণ্টা পূর্বে অর্থাৎ ৯.০০ বজাত কার্যালয়ত উপস্থিত হ’ব লাগিব ৷ উল্লেখ্য যে অহা ২৪ এপ্রিলত ৰমজান মাহ আৰম্ভ হ’ব ৷
Prev Post
কোৱাৰেণ্টাইন সম্পূর্ণ কৰা ৮ গৰাকী চিকিৎসক–নার্ছক স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সম্ভাষণ
Next Post
You might also like