নৈ সাঁতুৰি ভাৰতত সোমাল বাংলাদেশী
নিয়মীয়া বাৰ্তা, ২৬ এপ্ৰিলঃ কৰিমগঞ্জত নৈ সাঁতুৰি ভাৰতত সোমাল বাংলাদেশী নাগৰিক। স্থানীয় ৰাইজে আৰক্ষীৰ সহায়ত বাংলাদেশী নাগৰিকজনক কৰায়ত্ত কৰি গতাই দিয়ে BSFক। BSF জোৱানে বাংলাদেশলৈ পঠাই দিয়ে লোকজনক। আনহাতে লোকজনে নিজকে ক’ৰোনা আক্ৰান্ত বুলি কোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে।