নতুন দিল্লীত ক’ৰোনাত আক্ৰান্ত হৈ অসমৰ চি আৰ পি এফ জোৱানৰ মৃত্যু
নিয়মীয়া বাৰ্তা ২৮ এপ্ৰিলঃ দেশৰ ৰাজধানী নতুন দিল্লীত ক’ৰোনাত আক্ৰান্ত হৈ অসমৰ এজন চিৰ আৰ পিএফ জোৱানৰ মৃত্যু। যোৱা ২৩ এপ্ৰিলৰ পৰা দিল্লীৰ ছফৰদৰজং হাস্পলত জোৱান জন চিকিৎসাধীন হৈ আছিল। চিৰ আৰ পি এফ জোৱান জন বৰপেটা জিলাৰ মহম্মদ ইক্ৰাম হুচেইন। জোৱানজনৰ মৃত্যুত দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহকে ধৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোকপ্ৰকাশ কৰিছে।
Deeply saddened to learn of the demise of @crpfindia jawan Md Ikram Hussain who belonged to Barpeta, Assam.
Till his last breath, this brave son of Maa Bharti kept fighting against #COVID19. His undying spirit inspires us to sacrifice everything for the nation. My condolences.
— Sarbananda Sonowal (@sarbanandsonwal) April 28, 2020