নিয়মীয়া বাৰ্তা ২৬ মেঃ কেইবাদিনো ধৰি ৰাজ্যতখনত অব্যাহত আছে বৰষুণ যাৰ পৰিপেক্ষিতত নদ-নদী সমূহ উফন্দি উঠিছে। ইয়াৰ মাজতেই লখিমপুৰ জিলাৰ সোণাৰি চাপৰি মৌ খোৱা পথৰ যাতায়ত ব্যাহত হৈছে। চাৰিকড়িয়া নদীৰ ওপৰৰ বাঁহৰ দলং খন বাঢ়নী পানীত বিধ্বস্ত হৈছে। অভিযোগ উঠিছে যে ঠিকাদাৰৰ হেমাহিৰ বাবে যাতায়তৰ নামত দুৰ্ভোগ ভুগিছে মৌ খোৱাবাসীয়ে।
You might also like