৯১০জনলৈ বৃদ্ধি ক’ৰোনা আক্ৰান্তৰ সংখ্যা
নিয়মীয়া বাৰ্তা, ২৯ মেঃ ৰাজ্যত ৯১০জনলৈ বৃদ্ধি ক’ৰোনা আক্ৰান্তৰ সংখ্যা। টুইটযোগে জনালে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
১৬জন গোলাঘাটৰ, ৬জন কৰিমগঞ্জৰ ২জন লখিমপুৰ, ২জন কাছাৰ, ২জন কাৰ্বি আংলং আৰু ২জন হাইলাকান্দিৰ। ইয়াকে লৈ ৰাজ্যত ৩০ জন বৃদ্ধি।
?Alert ~ 30 new cases of #COVID19+
16 Golaghat, 6 Karimganj, 2 Lakhimpur, 2 Cachar, 2 Hailakandi, 2 Karbi Anglong
↗️Total cases 910
↗️Recovered 103
↗️Active cases 800
↗️Deaths 04Update 11:45 am / May 29 / Day’s total as of now 30#AssamCovidCount pic.twitter.com/ihaxJV86S3
— Himanta Biswa Sarma (@himantabiswa) May 29, 2020