পুনৰ ৮৩জন লোক আক্ৰান্ত COVID-19
নিয়মীয়া বাৰ্তা, ৮জুনঃ ৰাজ্যত পুনৰ ৮৩জন লোক আক্ৰান্ত হৈছে COVID-19ত। টুইটযোগে জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰে ৩০জন নগাঁৱৰ, ১৬জন কামৰূপ, ১০জন দৰং, ১০জন কামৰূপ, ৬জন লখিমপুৰ, ৭জন কাছাৰ, ২জন বিশ্বনাথ, এজন কামৰূপ মেট্ৰ আৰু এজন ধেমাজিৰ।
?Alert ~ 83 new #COVID19+ cases reported
30 Nagaon, 16 Kamrup, 10 Darrang, 10 Kamrup (R), 6 Lakhimpur, 7 Cachar, 2 Biswanath, 1 Kamrup (M), 1 Dhemaji
↗️Total cases 2776
↗️Recovered 665
↗️Active cases 2104
↗️Deaths 046:00 PM/ June 8/ Day’s total as of now 95#AssamCovidCount pic.twitter.com/UkP1hE6V3k
— Himanta Biswa Sarma (@himantabiswa) June 8, 2020