নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত ক’ৰোনাত আক্ৰান্ত হৈ সপ্তমজন লোকৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ১২জুনঃ ৰাজ্যত ক’ৰোনাত আক্ৰান্ত হৈ সপ্তমজন লোকৰ মৃত্যু। মৃত মহিলাগৰাকীৰ নাম মংগলি ৰাণী দাস। দিল্লীৰ পৰা আহি ক’ৰোনাত আক্ৰান্ত হৈছিল মহিলাগৰাকী। শিলচৰ মেডিকেল কলেজত ভৰ্তি হৈ থকা ৫৭ বছৰীয়া মহিলাগৰাকী কৰ্কটৰোগতো আক্ৰান্ত আছিল। হাইলাকান্দিৰ বাসিন্দা মংগলি দাসৰ মৃত্যুত ৰাজ্যত ক’ৰোনা আক্ৰান্তৰ সংখ্যা ৭জনলৈ বৃদ্ধি পালে।

 

You might also like