নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খানাপাৰা কোভিড-১৯ কেয়াৰ চিকিৎসালয়ত ৰোগীসকলৰ সৈতে বাৰ্তালাপ স্বাস্থ্যমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা, ৪ জুলাইঃ আজি স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সতীৰ্থ মন্ত্ৰী পীযুষ হাজৰিকাৰ সৈতে গুৱাহাটীৰ খানাপাৰা খেলপথাৰত নতুনকৈ শুভাৰম্ভ কৰা কোভিড-১৯ কেয়াৰ চিকিৎসালয় ভ্ৰমণ কৰি তাত থকা চিকিৎসা ব্যৱস্থাৰ পৰ্যালোচনা কৰাৰ লগতে চিকিৎসা গ্ৰহণ কৰি থকা ৰোগীসকলৰ সৈতে বাৰ্তালাপ কৰে ৷

লগতে চিকিৎসকসকলক সকলো সময়তে সজাগ হৈ থকাৰ লগতে যাবতীয় সতৰ্কতাৰে সেৱা আগবঢ়াবলৈ পৰামৰ্শ দিয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷

You might also like