নিয়মীয়া বাৰ্তা ২৪ জুলাইঃ ৰাজ্যৰ গুৱাহাটিকে ধৰি কেবাখনো কৰাগাৰ এটিয়া ক’ভিত ৰোগৰ হটস্পট ৷ এই লৈ ৰাজ্যজুৰি আলংকৰ পৰিবেশ বিৰাজ কৰা থকাৰ মাজতে তিনিচুকীয়া কাৰাগাৰত এজন হাজোতিৰ শৰিৰত ধৰা পৰিল ক’ভিত পজিটিভ ৷ এটি গোচৰৰ আধাৰত মাৰ্ঘেৰিটি আদালতে প্ৰেৰণ কৰিছিল চুনু আলি নামৰ হাজোতি জনক ৷ ২০ তাৰিখে অহা চুনুৰ শৰিৰত কৰোনা হোৱাৰ তথ্য ধৰা পৰে ৰেপিদ পৰিক্ষাত ৷ ইতিমধ্যে চুনুক তিনিচুকীয়াৰ মহখুলি আৰ্দশ চিকিৎসালয়ৰ কভিত চেণ্টাৰত ভত্তী কৰিছে ৷ আনহাতে তিনিচুকীয়া কাৰাগাৰত থকা কাৰাগাৰৰ বিষয়া ৰক্ষী তথা আন হাজোতি কয়দি সকলৰ কৰোণা পৰিক্ষা আৰম্ভ কৰিছে ৷ কাৰাগাৰ অধিক্ষকে জানিব দিয়া মতে চৰকাৰী স্বাস্হ বিভাজৰ নিয়ম মতে কৰোণা প্ৰতিৰোধৰ বাবে যাবতীয় সকলো ব্যৱস্হা কৰা হৈছে ৷তথাপিও শেহতীয়াকে ৰাজ্যখনৰ কেবাখনো কাৰাগাৰ কভিদৰ হটস্পট হিচাবে বিবেচিত হোৱাৰ বিষয়টিয়ে তিনিচুকীয়াৰ কাৰাগাৰকো কপাই গৈছে