আজিৰ দিনটোৰ ৰাশিফল
মেষ: ব্যৱসায়ত লাভৰ মাত্রা বৃদ্ধি পাব৷ স্বাস্থ্য–সম্পর্কে সাৱধান হ’ব৷ অধ্যয়নত মনোনিবেশ কৰা বাঞ্চনীয়৷ বিয়া বাৰুৰ কথাত অগনবঢ়াই ভাল৷
বৃষ: পৈতৃক সম্পত্তি সম্পর্কীয় কথাই মনত আনন্দ দিব৷ চাকৰিত সাফল্য লাভৰ যোগ৷ প্রেমত সাৱধান হ’ব৷ স্বাস্থ্য মধ্যমীয়া৷
মিথুন: মানসিক অশান্তি ভূগিব পাৰে৷ বিবাহত সমস্যাৰ সন্মুখীন হ’ব৷ কর্মত নতুন পৰিকল্পনাৰ আৱশ্যক৷ চাকৰিয়ালৰ শুভ৷
কর্কট: অংশীদাৰী ব্যৱসায়ত লোকচান হোৱাৰ সম্ভাৱনা৷ প্রেমত নতুন প্রস্তাৱ আহিব৷ অধ্যয়নত নিৰোৎসাহ হোৱাৰ যোগ৷
সিংহ: পুৰণি ৰোগৰ উপশম হ’ব৷ ব্যৱসায় ভিত্তিক উত্থান পতনে আর্থিক লাভৰ ক্ষেত্রত প্রস্তাৱ বিস্তাৰ কৰিব পাৰে৷ প্রেমত আনন্দ৷ বিদ্যাত সাফল্য৷
কন্যা: পিতৃ–মাতৃৰ প্রতি দায়িত্ব বাঢ়িব৷ ব্যৱসায়ত বাধাৰ সন্মুখীন হ’ব পাৰে৷ পঢ়া শুনাত চেষ্টা অব্যাহত ৰাখক৷ পিতৃ–মাতৃৰ প্রতি দায়িত্ব বাঢ়িব৷
তুলা: মহিলাসকলে গৃহ উদ্যোগত লাভ কৰিব৷ সন্তানৰ ভালেই যাব৷ ছাত্র–ছাত্রীসকলৰ বাবে দিনটো শুভ৷ মনোবল ৰাখিব৷
বৃশ্চিক: সন্তানৰ ব্যক্তিত্বই আপোনাক গৌৰৱান্বিত কৰিব৷ কর্মক্ষেত্রত সৰু সুৰা সমস্যাৰ সন্মুখীন হ’ব পাৰে৷ ঘৰুৱা শুভ৷ প্রেমত বাধা৷
ধনু: বেপাৰ বাণিজ্যত জড়িতসকলৰ সৰু সুৰা বাধা আহিব৷ কাম–কাজত নিয়মাৱর্তী হ’বলৈ চেষ্টা কৰক৷ বিদ্যাত জটিলতা৷ প্রেমত আনন্দ প্রাপ্তি৷
মকৰ: চাকৰিৰ ক্ষেত্রত সতর্ক হৈ চলা ভাল৷ আর্থিক দিশত উন্নতি লাভ কৰিব৷ বিবাহৰ যোগাযোগ৷ প্রেমত মধ্যম৷
কুম্ভ: চাকৰিত সাফল্য লাভৰ যোগ৷ বিদ্যাত খুব এটা বেয়া নহয়৷ পেটৰ অসুখে আমনি দিব পাৰে৷ প্রেমত শুভ৷
মীন: বেপাৰ–বাণিজ্যত জড়িতসকলৰ সৰু–সুৰা বাধা আহিব৷ কাম কাজত নিয়মাৱর্তী হ’বলৈ চেষ্টা কৰক৷ প্রেমত আনন্দ বিদ্যাত বাধা৷