নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

SI কেলেংকাৰীৰ চাৰ্জশ্বীট দাখিল CIDৰ

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ SI কেলেংকাৰীৰ চাৰ্জশ্বীট দাখিল। CID-এ দাখিল কৰিলে চাৰ্জশ্বীট। ৩৬জন অভিযুক্তৰ বিৰুদ্ধে দিয়া হৈছে প্ৰমাণ। চাৰ্জশ্বীটত ৩২জন সাক্ষী, ৫ অভিযুক্তৰ জবানবন্দী।

ৰাজ্য জোকাৰি যোৱা এছ আই কেলেংকাৰীৰ চাৰ্জশ্বীট দাখিল CIDৰ। তিনিমাহৰ অন্তত চাৰ্জশ্বীট দাখিল কৰিলে CID-এ। ৬কোটি ৬৬লাখ টকা জব্দ কৰাৰ লগতে ১০খন গাড়ী, ৩২টা মোবাইল জব্দ কৰিছে CID-এ।

২০ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা SIৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে বাতিল কৰিব লগা হৈছিল। প্ৰশ্নকাকত ফাদিলত জড়িত থকাৰ বাবে বহু বিজেপিৰ নেতাকে ধৰি প্ৰাক্তন DIG পি কে দত্ত জালত পৰিছিল।

 

 

 

You might also like