নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী ষ্টেচনত কেঁকো সাপ উদ্ধাৰ

নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ গুৱাহাটী ষ্টেচনত বুধবাৰে ইন্দ্রজিৎ আৰু কমল হুছেইন নামৰ আৰ পি এফৰ কনিষ্টবলজনে এডাল কেঁকোসাপ উদ্ধাৰ কৰে৷ ৰে’ললাইনত কেঁকোসাপডাল প্রত্যক্ষ কৰি কনিষ্টবল দুজনে উদ্ধাৰ কৰি বন বিভাগক গতাই দিয়ে৷ উল্লেখ্য যে আন্তঃৰাষ্ট্রীয় চোৰাং বজাৰত এডাল কেঁকোসাপৰ মূল্য প্রায় ৭০ লাখ টকাত বিক্রী হয়৷

You might also like