নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে নাওবৈচাৰ ৫জনকৈ যুৱকে। অৰুণাচলৰ চেপাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা! কৰ্মসূত্ৰে অৰুণাচল প্ৰদেশত থকা যুৱককেইজন নাওবৈচাৰ ভৰলুৱা গাঁৱৰ আমজত আলী (৩৮),বুলবুল আলী (২৪), নুৰ হুচেইন (৩৮),ছইদুল ইছলাম (৩২)আৰু আবুল হুছেইন বুলি জানিব পৰা গৈছে। আটাইকেইজন গৈ থকা বাহনখন পাহাৰৰ পৰা তলত পৰি যোৱাত এই ঘটনা সংঘটিত হয়।

ডিজিটেল ডেস্ক, ১৩ জুন

You might also like