নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বনকর্মীক ভাবুকি বেদখলকাৰীৰঃ গোচৰ ৰুজু

নিয়মীয়া বাৰ্তা ২৯ জুনঃ পৰিৱেশ সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰৰ ন বিভাগে নাঞ্চলত বেদখল উচ্ছেদ অভিযান, উচ্ছেদিত স্থানত গছপুলি ৰোপণকে ধৰি কেতেবাৰ বিশেষ ৱস্থা গ্রহণ কৰা সত্ত্বেও একাংশ লোকে ৰাজ্যৰ আন নাঞ্চলৰ লগতে গুৱাহাটী মহানগৰীতো বিভিন্ন কূট কৌশল অৱলম্বন কৰি নাঞ্চলৰ মাটি বেদখল কৰ্বিলৈ চেষ্টা ব্যাহত ৰাখিছে৷ শেহতীয়াভাৱে ৰাজ্য চৰকাৰৰ নমন্ত্রী পৰিমল শুক্লৈবদ্যই ৰাজ্যৰ সকলো ন সংমণ্ডল প্রাধিকাৰীক নিজ নিজ এলেকাৰ সংৰক্ষিত নাঞ্চলত নভূমি বেদখল কৰা বেদখলকাৰীক উচ্ছেদ কৰি তাত পৰিৱেশ সংৰক্ষণৰ বাবে গছপুলি ৰোপণ কৰ্বিলৈ নির্দেশ দিছে৷ এই নির্দেশৰ আধাৰত পূব কামৰূপ ন সংমণ্ডলৰ ন সংমণ্ডল প্রাধিকাৰী ভাস্কৰ ডেকাই সংমণ্ডলৰ পাঁচোটা নাঞ্চলিক বিষয়া কার্যালয়ৰ অন্তর্গত খণ্ড ন বিষয়াসকলক তেওঁলোকৰ অধীনৰ সংৰক্ষিত নাঞ্চলসমূহ বেদখলমুক্ত কৰ্বিলৈ নির্দেশ জাৰি কৰিছে৷

ন সংমণ্ডল প্রাধিকাৰীৰ নির্দেশত আজি গুৱাহাটী নাঞ্চলৰ অধীনৰ খানামুখ খণ্ড ন বিষয়া কার্যালয়ে গোটানগৰ সংৰক্ষিত নাঞ্চলৰ শিৱনগৰৰ তেঁতেলিতলত নতুনকৈ বেদখল কৰি নির্মাণ কৰা ঘৰ উচ্ছেদ কৰে৷ খণ্ড ন বিষয়া ৰূপন হালৈৰ নেতৃত্বত যোৱা নকর্মীৰ দলটোৱে দুদিনমান পূৰ্বে নির্মাণ কৰা তর্জাৰ দুটা চালিঘৰ ভাঙি দিয়ে৷ ইফালে নকর্মীৰ দলটোৰ সৈতে জয়দুল আলী নামৰ বেদখলকাৰীজনে বাক- বিতণ্ডাত লিপ্ত হোৱাৰ লগতে প্রাণনাশৰ ভাবুকি দিয়ে৷ ফলত খণ্ড ন বিষয়া ৰূপন হালৈয়ে স্থানীয় গডচুক থানাত বেদখলকাৰী জয়দুল আলীৰ বিৰুদ্ধে নাঞ্চলৰ মাটি বেদখল আৰু কর্ত্ব্যৰত অৱস্থাত নকর্মীক ভাবুকি দিয়াৰ অভিযোগত এজাহাৰ দাখিল কৰে৷ খণ্ড ন বিষয়াজনে জান্বিলৈ দিয়া আলীয়ে সংৰক্ষিত নাঞ্চলৰ মাটি বেদখল কৰি তাত মুর্গীৰ মাংসৰ বেহা চলাই আছিল৷

You might also like