নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জন্মৰ পৰাই ভাগ্যৱান হয় এই ৰাশিৰ যুৱতীসকল,পৰিয়ালৰে নহয় স্বামীৰো উদয় হয় ভাগ্য

কিছুমান মানুহে এনে ভাগ্য লৈ জন্ম হয়  যে তেওঁলোকক দেখি সকলো আচৰিত হয়। জ্যোতিষিৰ মতে এনে ধৰণৰ জাতকক ভাগ্যশালী বুলি কোৱা হয়। তেওঁলোকৰ সকলো কাম সহজতে হয়। লগতে জীৱনত খুব মান সন্মান পায়।

যুৱতীৰ ক্ষেত্ৰতো এনে ৰাশি আছে যাক বহুত ভাগ্যৱান বুলি কোৱা হয়। বিশেষকৈ তেওঁলোকৰ ভাগ্যই কেৱল তেওঁৰেই নহয় পৰিয়ালটোৰো সুখ সমৃদ্ধি হয়।

জন্মৰ পৰাই ভাগ্যশালী হয় এই ৰাশিৰ যুৱতীসকল

বৃষ – এই ৰাশিৰ যুৱতী সকল বুদ্ধিমান, পৰিশ্ৰমী আৰু সংকল্পবদ্ধ হোৱাৰ লগতে ভাগ্যৱান। তেওঁলোকে জীৱনত বহুত সফল হয়। যাৰ ফলত তেওঁলোকৰ সম্পদ আৰু সমৃদ্ধি বৃদ্ধি হোৱাৰ লগতে, পৰিয়ালৰ সন্মানও বৃদ্ধি হয়। এই ৰাশি যুৱতী সকলে তেওঁলোকৰ কেৰিয়াৰত যথেষ্ট ভাল স্থান লাভ কৰে।

কৰ্কট – এই ৰাশি যুৱতী সকলক কোৱা হয় যে , যাৰ ঘৰলৈ যাব তেওঁলোকৰ ধন আৰু সুখেৰে ঘৰটো সমৃদ্ধি কৰিব। কেৱল সেইটোৱেই নহয়, তেওঁ সহজে তেওঁৰ স্বামী আৰু গোটেই পৰিয়ালটোৰ হৃদয় জয় কৰে আৰু গোটেই জীৱনৰ বাবে প্ৰশংসা লাভ কৰে। তেওঁলোকৰ কেৰিয়াৰত কোনো দিনে কোনো সমস্যা নহয়।

ধনু – এই ৰাশিৰ যুৱতী আৰু মহিলাও খুবেই ভাগ্যৱান। তেওঁলোকৰ সকলো কাম সহজতে হয়। তেওঁলোকৰ গুৰু গ্ৰহ শক্তিশালী হোৱাৰ বাবে তেওঁলোকৰ পৰিয়ালক সমৃদ্ধিশালী কৰি ৰাখে।

মীন – যিজন ব্যক্তিৰ সৈতে এই ৰাশিৰ যুৱতীৰ বিবাহ হয় , তেওঁলোকৰ ভাগ্যৰ দ্বাৰ মুকলি হয়। তেওঁলোকৰ জীৱনলৈ বহুত সম্পদ আৰু সমৃদ্ধি আনি দিয়াই নহয় নিজৰ জীৱন সংগীক বহুত ভাল পায়।

You might also like