নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ: চাকৰিয়ালসকলৰ দিনটো শুভ৷ প্রেমত ভুল বুজাবুজি৷ বিদ্যার্থীৰ মাধ্যম৷
বৃষ: ৰাজনৈতিক ক্ষেত্রত জড়িতসকলৰ মানসিক অশান্তি সৃষ্টি হ’ব৷ প্রেমত শুভ৷
মিথুন: ব্যৱসায়ত সমস্যা দেখা দিব৷ বিদ্যার্থীসকলৰ মধ্যম৷ ভ্রমণত শুভ৷
কর্কট: বেয়া মহিলাৰ পৰা সাৱধান, হূদৰোগীসকল সাৱধান হ’ব৷ দূৰ ভ্রমণ নকৰিব৷
সিংহ: চাকৰিয়ালসকল সাৱধান হ’ব৷ মতবিৰোধ হ’ব পাৰে৷ প্রেমত মোটামুটি৷
কন্যা: ব্যৱসায়ত সমস্যা থাকিলেও দিনটো বেয়া নহয়৷ পুৰণা বন্ধুৰ লগত লগ পোৱাৰ সম্ভাৱনা৷ প্রেমত শুভ৷
তুলা: খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা৷ প্রেমত সুখ৷ মাতৃৰ শৰীৰক লৈ চিন্তা৷ বিদ্যার্থীৰ শুভ৷
বৃশ্চিক: বন্ধুৰ পৰা সহায় পাব৷ কিবা মূল্যৱান বস্তু ঘূৰাই পাব৷ সন্তানৰ বাবে চিন্তিত হ’ব৷
ধনু: পৰিয়ালৰ ক্ষেত্রত শুভ৷ সন্তানৰ কাৰণে চিন্তা থাকিব৷ প্রেমত চিন্তা৷
মকৰ: দিনটো শুভ৷ সুখ–শান্তি বৃদ্ধি পাব৷ বিদ্যার্থীয়ে পঢ়াত মনযোগ দিয়া ভাল৷ প্রেমত সুখ৷
কুম্ভ: বিভিন্ন ধৰণৰ দুর্ঘটনা হোৱাৰ সম্ভাৱনা৷ শত্রু বৃদ্ধি৷ দূৰ ভ্রমণ নকৰিব৷ প্রেমত শুভ৷
মীন: কোনো সংবাদে মনটোত শান্তি দিব৷ শিক্ষাৰ ক্ষেত্রত অশুভ৷ প্রেমত শুভ৷

You might also like