মৈৰাবাৰীত ২ ড্ৰাগছ সৰবৰাহকাৰী কৰায়ত্ত

নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰ : মৈৰাবাৰীত ৰাইজে কৰায়ত্ত কৰে ২ ড্ৰাগছ সৰবৰাহকাৰীক। ড্ৰাগছ সৰবৰাহকাৰী দুজন ক্ৰমে হাহচৰা গাঁৱৰ নাজিম উদ্দিন আৰু দলৈগাঁৱৰ আলাল উদ্দিন।
ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ পৰা স্থানীয় ৰাইজে ২০টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ, এখন AS-21F-9959 নম্বৰৰ মটৰ চাইকেল আৰু এটা মোবাইল ফোন জব্দ কৰে। দুয়োকে মৈৰাবাৰী আৰক্ষীক চমজাই দিয়ে ৰাইজে।

প্ৰেৰক তাৰিকুল ইছলাম

Featured