নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আঠ হাজাৰ গাড়ীৰে বহু দল–সংগঠনে প্রধানমন্ত্রীৰ সভালৈ মানুহ আনিবঃ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা

নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ বড়ো চুক্তিৰ পাছত আজি কোকৰাঝাৰ চহৰৰ সমীপত থকা বিশাল জাংখ্ৰিথাই পথাৰত অনুষ্ঠিত হ’ব লগা জনসভাত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰোন্দ্ৰ মোদী ।

আজি প্রধানমন্ত্রীৰ সভালৈ বহু দল–সংগঠনে আঠ হাজাৰ গাড়ীৰে মানুহ আনিব৷ তদুপৰি চাৰিখন ৰে’লেৰে ওদালগুৰি আৰু শোণিতপুৰৰ পৰা আহিব কেইবাসহস্র লোক ৷ বৃহস্পতিবাৰে এই কথা জানিবলৈ দিয়ে জনসভাৰ সকলো দিশ তদাৰক কৰি থকা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৷

You might also like