নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

DR. HIMANTA BISWA SARMA

পিএম শ্ৰী আদৰ্শ বিদ্যালয় মৈৰাবাৰীত ভোগালী মেলাৰ আয়োজন

পিএম শ্ৰী আদৰ্শ বিদ্যালয় মৈৰাবাৰীত ভোগালী মেলাৰ আয়োজন কৰা হয়। বিদ্যালয়খনৰ অধ্যক্ষ লুৎফুৰ ৰহমানে পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰে ভোগালী মেলাৰ। ভোগালী মেলাত বিদ্যালয়খনৰ একাংশ ছাত্র-ছাত্রীয়ে গাঁৱত উৎপাদিত সামগ্ৰীৰে তিলপিঠা, নাৰিকল পিঠা,…

অষ্ট্রেলিয়াক হৰুৱাই তৃতীয়খন টি–২০ত অনবদ্য প্রত্যাৱর্তন টীম ইণ্ডিয়াৰ

নিউজ ডেস্ক, ২ নৱেম্বৰ : শৃংখলাৰ তৃতীয়খন টি–২০ মেচত অনবদ্য প্রত্যাৱর্তনেৰে অষ্ট্রেলিয়াক পৰাজিত কৰি সমতা স্থাপন কৰে টীম ইণ্ডিয়াই৷ প্রথমে বেটিং কৰি অষ্ট্রেলিয়াই বান্ধি দিয়া ১৮৭ ৰানৰ লক্ষ্য সহজে অতিক্রম কৰে ভাৰতীয় দলটোৱে৷ এই জয়ৰ ফলত ৫খন মেচৰ…

বহি:ৰাজ্যৰ ব্যক্তিগত মেডিকেল কলেজত নামভৰ্তি কৰিবলৈ গৈ প্ৰতাৰিত নগাঁৱৰ ছাত্ৰ

বিশেষ বাৰ্তা, ১৯ মে' : বহিঃৰাজ্যৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত অধ্যয়ন কৰাৰ নামত ৰাজ্যৰ একাংশ ছাত্র-ছাত্রী প্ৰতাৰণাৰ বলি হোৱা তথা সৰ্বস্বান্ত হোৱাৰ ঘটনা নতুন নহয়।এনে অভিযোগ সততে উত্থাপিত হৈ আহিছে।শেহতীয়াকৈ এম বি বি এছ পাঠ্যক্ৰমত অধ্যায়ন…

Bodofa News : নতুন দিল্লীত বডোফা উপেন্দ্র নাথ ব্রহ্মৰ প্রতিমূর্তি উন্মোচন

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ মে' : কেন্দ্রীয় গৃহ আৰু সমবায় দপ্তৰৰ মন্ত্রী অমিত শ্বাহে আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত অসম চৰকাৰে গ্রহণ কৰা মহৎ প্রয়াসৰ অংশ হিচাপে দেশৰ ৰাজধানী নতুন দিল্লীত বড়ো সমাজৰ পথিকৃৎ বডোফা উপেন্দ্র নাথ…

অসমীয়া নাৰীক অপমান কংগ্ৰেছৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ এপ্ৰিলঃ কংগ্ৰেছে অপমান কৰিছে অসমীয়া নাৰীক। এ পি এছ চি নিযুক্তি কেলেংকাৰী সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ প্ৰতিবেদন নপঢ়াকৈ মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ ৰাজনৈতিক বিষবাষ্প বিয়াপোৱা কংগ্ৰেছ দলক অসমীয়া…

পাকিস্তান সন্ত্ৰাসবাদীৰ আড্ডাস্থলী – হিমন্ত বিশ্ব শৰ্মা

বাৰ্তা ব্যুৰো,  বৰপেটা ৩০ এপ্ৰিলঃ পাকিস্তান সন্ত্ৰাসবাদীৰ আড্ডাস্থলী। এই মন্তব্য মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মই কংগ্ৰেছক ভয় নকৰো৷ মই মাৰ গাখীৰ খায়ে জন্ম লৈছো ৷ মোক কংগ্ৰেছে কি সময় দিয়ে৷ মোক ফাল্টু ভাবিছে নেকি৷ মই এতিয়া কেচ দিলে…

পাকিস্তান-ৰ সমৰ্থকৰ ভোট আমাক নালাগে

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ এপ্ৰিলঃ পাকিস্তান-ৰ সমৰ্থকৰ ভোট আমাক নালাগে। কংগ্ৰেছ দলে টিকটৰ লগত এখন এখন দুৰ্নীতিৰ লাইচেন্স দি দিছে। কংগ্ৰেছ দলক আপোনালোকে ভোট নিদিব। কংগ্ৰেছ দলক ভোট দি লাভ নাই। আমি ৰাষ্ট্ৰবাদী মানুহ সকলোৰে ভোট বিচাৰিম।…

পাকিস্তান-ক এশিকনি দিবলৈ মোদীক শক্তিশালী কৰক – হিমন্ত বিশ্ব শর্মা

নিয়মীয়া বার্তা, ৩০ এপ্ৰিল : পাকিস্তান-ক এশিকনি দিবলৈ মোদীৰ হাত শক্তিশালী কৰক - হিমন্ত বিশ্ব শর্মা। নলবাৰী জিলা বিজেপিৰ উদ্যোগত আজি পশ্চিম নলবাৰীৰ চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়  খেল পথাৰত  সমাগত পঞ্চায়ত নির্বাচনৰ বিজেপিৰ বিজয় সংকল্প সমাবেশ…

উজ্বলা গেছৰ কাৰ্ডধাৰীলৈ ২৫০ টকাত চিলিণ্ডাৰ

নিয়মীয়া বাৰ্তা, ২৯ এপ্ৰিল : উজ্বলা গেছৰ কাৰ্ডধাৰী পৰিয়াললৈ ২৫০ টকাত চিলিণ্ডাৰ । স্বৰাজোত্তৰ কালত কংগ্ৰেছ চৰকাৰে অধিক সময় শাসনত থাকিও কোনো বিশেষ উল্লেখনীয় কাম কৰিবলৈ সক্ষম নহ'ল। কিন্তু বিজেপিয়ে অতি কম সময়ৰ ভিতৰতে দেশখনৰ লগতে ৰাজ্যখনক…

মাজুলী ত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সৰ্বানন্দ সোণোৱাল-দিলীপ শইকীয়াৰ

বিশেষ বাৰ্তা, ২৫ এপ্ৰিল : শাসকীয় দল বিজেপি ৰ নিৰ্বাচনী প্ৰচাৰ উঠিছে তুংগত। সমাগত পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মাজুলী সমষ্টিত শাসকীয় দলৰ লগতে বিৰোধী দলৰ নেতাসকলৰ প্ৰচাৰ অভিযান তুংগত উঠিছে ৷ ২৪ এপ্ৰিলৰ ৰাতি মাজুলীত বাহৰ পতা বিজেপি দলৰ…