নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘অসম দৰ্শন’ আৰু ‘অৰুন্ধতী স্বৰ্ণ’ : শীৰ্ষ বিষয়াৰে বৈঠক মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নিউজ ডেস্ক,১৪ নৱেম্বৰঃ চলিত বিত্তীয় বৰ্ষৰ বাজেটত ঘোষণা হোৱা দুখন উল্লেখ্যযোগ্য আঁচনি হৈছে ‘অসম দৰ্শন’ আৰু ‘অৰুন্ধতী স্বৰ্ণ’ । এই দুয়োখন আঁচনি ৰূপায়ণৰ আধাৰ নীতি চূড়ান্ত কৰাৰ বাবে বুধবাৰে সংশ্লিষ্ট বিভাগ সমূহৰ শীৰ্ষ বিষয়াৰ সৈতে এক বৈঠকত মিলিত হয় ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্তানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । উল্লেখ্য যে, অতিশীঘ্ৰে আঁচনি দুখন কেবিনেটৰ অনুমোদনৰ বাবে উত্থাপন কৰিব পৰা হ’ব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

শীৰ্ষ বিষয়াৰে বৈঠকত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
You might also like