নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১২ জানুৱাৰী, পুহ মাহৰ ২৬ তাৰিখ

মেষঃ আর্থিক ক্ষেত্রত উন্নত পৰিৱেশ৷ আপুনি দিনৰ ১২ বজাৰ পাছতহে যাত্রা কৰিব৷ যাত্রাৰ সময়ত হালধীয়া ৰঙৰ কাপোৰ পিন্ধিব৷ দাম্পত্যত শুভ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ২৷
বৃষঃ কর্মক্ষেত্রত জটিলতা আছে৷ সন্ধিয়া তুলসীৰ তলত চাকি জ্বলালে শুভ হ’ব৷ নীলা ৰং আপোনাৰ বাবে শুভ৷ প্রেমত শুভ৷ যাত্রা নকৰাই উচিত৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৬৷
মিথুনঃ আগদিনাৰ তুলনাত আজিৰ দিনটো শুভ৷ আজি আপুনি যাত্রা কৰিলে বগা ৰং ব্যৱহাৰ কৰিব৷ শুভ কাম কৰিব৷ শুভ ৰং কমলা, শুভ সংখ্যা ১৷
কর্কটঃ ব্যৱসায়ত আয়ৰ পথ মুকলি হ’ব৷ পুৱা যাত্রা কৰিব পাৰে৷ আপোনাৰ শুভ ৰং সেউজীয়া, সহযোগী বন্ধুৰ পৰা আনন্দ পাব৷ শুভ ৰং বগা, শুভ সংখ্যা ৩৷
সিংহঃ কর্মক্ষেত্রত সফলতাৰ বাবে যথেষ্ট চেষ্টা কৰিব লাগিব৷ পুৱাৰ ভাগত ৰঙা ৰঙৰ বস্ত্র পৰিধান কৰি মন্দিৰত যাব৷ যাত্রা সন্ধিয়া পাঁচ বজাৰ পাছত নকৰিব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৫৷
কন্যাঃ পাৰিবাৰিক জীৱনত স্বামী–স্ত্রীৰ মাজত মতানৈক্য হ’ব পাৰে৷ পৰাপক্ষত আজি আপুনি যাত্রা নকৰাই ভাল৷ মন্দিৰত পূজা–পাতল কৰি ল’ব৷ শুভ ৰং বগা, শুভ সংখ্যা ৭৷
তুলাঃ কর্মক্ষেত্রত উন্নতিৰ যোগ আছে৷ কোনো সমস্যাৰ সমাধান হ’ব৷ আজি সন্ধিয়া আপুনি শিৱ মন্দিৰত চাকি জ্বলাব৷ যাত্রা কৰিব পাৰে৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ২৷
বৃশ্চিকঃ ব্যৱসায়ত কঠিন পৰিশ্রমৰ অন্তত দিনটোত সফলতা৷ বিদ্যার্থীসকলৰ শুভ৷ আবেলি ৩ বজাৰ পাছত যাত্রা নকৰাই ভাল৷ বিশেষ প্রয়োজন থাকিলে নীলা ৰঙৰ বস্ত্র পৰিধান কৰি ল’ব৷ শুভ ৰং নীলা, শুভ সংখ্যা ৮৷
ধনুঃ কর্মস্থানত নিজৰ অস্তিত্ব বজাই থাকিব৷ পুৰণি ৰোগৰ উপশম ঘটিব৷ কমলা ৰঙৰ কাপোৰ ব্যৱহাৰ কৰক৷ পুৱাৰ ভাগত যাত্রা কৰিব৷ শুভ ৰং কমলা, শুভ সংখ্যা ৩৷
মকৰঃ আর্থিকত শুভ৷ শৰীৰ মধ্যম৷ উত্তৰ দিশত যাত্রা নকৰিব৷ বিদ্যার্থীসকলৰ শুভ৷ শুভ ৰং মেৰুন, শুভ সংখ্যা ২৷
কুম্ভঃ ব্যৱসায়ত আয়ৰ পথ মুকলি হ’ব৷ ঘৰুৱাত শুভ৷ যাত্রা নকৰাই ভাল৷ সন্ধিয়া মন্দিৰত যাব৷ প্রেমত শুভ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৮৷
মীনঃ কথা–বতৰাত সতর্কতাৰ প্রয়োজন৷ আজিৰ দিনটো যাত্রাৰ বাবে শুভ৷ বিদ্যাত শুভ৷ প্রেম–প্রণয়ৰ ক্ষেত্রত সুখী হ’ব নোৱাৰিব৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৪৷

You might also like