নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি কাৰ্যালয়ত অন্তিমটো দিন ৰঞ্জন গগৈৰ

নিউজডেস্ক, ১৫ নৱেম্বৰঃ

  • আজি কাৰ্যালয়ত অন্তিমটো দিন দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ
  • বিয়লি ৪ বজাত অনুষ্ঠিত হ’ব বিদায়সভা
  • মুখ্য ন্যায়াধীশগৰাকীয়ে অহা ১৭ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব
  • অহা ১৮ নৱেম্বৰত দায়িত্ব গ্ৰহণ কৰিব পৰৱৰ্তী মুখ্য ন্য়ায়াধীশে
  • মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ হৈছে দেশৰ উচ্চতম ন্যায়ালয়ৰ ৪৬ তম মুখ্য ন্যায়াধীশ
  • তেওঁ ২০১৮ বৰ্ষৰ ৩ অক্টোবৰত মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল
  • কেইবাটাও গুৰুত্বপূৰ্ণ গোচৰৰ ৰায়দান কৰি বৰ্তমান চৰ্চিত হৈছে মুখ্য ন্যায়াধীশ গগৈ
  • উল্লেখ্য যে দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে দায়িত্বত থকা ৰঞ্জন গগৈয়ে হৈছে উত্তৰ-পূৰ্বৰ প্ৰথমজন ব্যক্তি
You might also like