নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাগজ কলৰ কৰ্মচাৰীয়ে ঘৰ খালী কৰিব নালাগেঃ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী

চন্দ্ৰমোহন পাটোৱাৰীৰ সংবাদমেল

  • মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সংবাদমেল
  • অসম চুক্তি স্বাক্ষৰৰ পিছত কংগ্ৰেছে গুৰুত্ব নিদিলে
  • এতিয়া আমাৰ চৰকাৰে গুৰুত্ব দিছে
  • NRCৰ কাম হৈছে, ৬নং দফা কাৰ্যকাৰী কৰাৰ ক্ষেত্ৰত কমিটী গঠন হৈছে
  • অসমৰ জাতি-মাটি-ভাষা সুৰক্ষিত হ’ব
  • কাগজ কলৰ সন্দৰ্ভতো মন্তব্য মন্ত্ৰীগৰাকীৰ
  • কাগজ কল চলাৰ বাবে আমি চেষ্টা অব্যাহত ৰাখিছো
  • কোনো কৰ্মচাৰীয়ে ঘৰ খালী কৰিব নালাগে
  • সংবাদমেলত এই মন্তব্য মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ