নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিঃ ছিঃ ছাৰে এয়া কি কৰিলে!

কৰিমগঞ্জত নিলৰ্জ ঘটনা

কৰিমগঞ্জ, ২২ নবেম্বৰঃ শিক্ষক-শিক্ষাৰ্থীৰ সম্পৰ্ক কংলকিত কৰাৰ এক ঘটনা সংঘটিত হৈছে কৰিমগঞ্জত। কৰিমগঞ্জ মহাবিদ্যালয়ৰ বিজ্ঞান বিভাগৰ এজন প্ৰবক্তাই যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ এগৰাকী ছাত্ৰীৰ। ছাত্ৰীগৰাকীৰ অভিযোগৰ ভিত্তিতেই আজি একাংশ উত্তেজিত ছাত্ৰ-ছাত্ৰীয়ে উত্তপ্ত কৰি তোলে কলেজখনৰ চৌহদ। দীৰ্ঘদিনে প্ৰবক্তাজনে বিভিন্ন ধৰণে অশালীন প্ৰস্তাৱ দিয়াৰ অভিযোগ ছাত্ৰীগৰাকীৰ। প্ৰবক্তাজনৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰি উপযুক্ত শাস্তি দিয়াৰ বাবে দাবী তোলে। আনহাতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।

You might also like