নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়- গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা স্থগিত

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ মঙলবাৰে অসমকে ধৰি উত্তৰ-পূবত নেছ’ৰ অসম বন্ধৰ আহ্বানৰ বাবে স্থগিত কৰিছে ১০ তাৰিখৰ গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতক-স্নাতকোত্তৰ পৰীক্ষা । দুয়োখন বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকে এক জাননী যোগে এই কথা প্ৰকাশ কৰে ।

ইপিনে ১০ তাৰিখৰ পৰীক্ষাসমূহ পৰৱৰ্তী দিনত অনুষ্ঠিত কৰিব বুলিও উল্লেখ কৰে ।

You might also like