নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ পেট্ৰ’ল পাম্পত ডকাইতি কাণ্ড

নিয়মীয়া বাৰ্তা,১৭ নৱেম্বৰঃ নগাঁৱৰ পুৰণিগুদামত থকা ৰিলায়েন্স পেট্ৰল পাম্পত পুৱতি নিশা সংঘটিত হয় এক ডকাইতি কাণ্ড । ১৪-১৫ জনীয়া ডকাইতৰ দলে নগদ ৬০ হাজাৰ টকাসহ কম্পিউটাৰ, চিচি টিভি কেমেৰা আৰু ডিভি আৰ চেট লুটি লৈ যায় । পুৰণিগুদামৰ কাষৰী গাঁৱৰ এই পাম্পটোত পুৱতি নিশা তিনি মান বজাত তেল ভৰাবলৈ অহাৰ চলেৰে বন্দুক দেখুৱাই লুট-পাত চলায় ডকাইতৰ দলটোৱে ।

You might also like